Bahubali Precast

Bahubali Precast Precast Concrete Wall Panel: We provide complete solution of boundary wall and utility house using precast panel wall.

It is easy to install, cost effective & yet super strong.

An appeal We can construct affordable home using precast concrete slabs at very short span of time. Our products are eng...
04/08/2026

An appeal

We can construct affordable home using precast concrete slabs at very short span of time.

Our products are engineered for rainy & humid weather of North East India

If Govt or any NGO is interested in construction of precast house in flood affected area in Sibsagar we are ready to offer at cost to cost basis as a gesture for the people of Assam

☎️ 090902 12189
[email protected]

📌AIIDC Industrial Estate Rajbari, Bihpuria, Lakhimpur, Assam - 784161

CMO Assam Himanta Biswa Sarma Ravi Kota

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চল সমূহত আমাৰ Bahubali Precast ৰ সামাজিক দায়বদ্ধতাৰ অধীনত পাৰ্য্যমানে খাদ্য সামগ...
23/07/2026

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চল সমূহত আমাৰ Bahubali Precast ৰ সামাজিক দায়বদ্ধতাৰ অধীনত পাৰ্য্যমানে খাদ্য সামগ্ৰী (বিস্কুট, মেগী, চিৰা আদি), পানীৰ বটল লগতে আঠুৱা, বিচনা চাদৰ, ছেনিটেৰী নেপকিন আদিৰ প্ৰায় ১২০০ কিলোগ্ৰাম সামগ্ৰী অহা ২৬ জুলাই/ দেওবাৰে পূৱা বিহপুৰীয়াৰ (লক্ষিমপুৰ) পৰা ৰাওনা হ'ব; লগত থাকিব আমাৰ কেইবাজনো ভলণ্টিয়াৰ

আপোনালোক কোনোবাই সহযোগ কৰিব বিচাৰিলে আমাক জনাব পাৰে বা সাহায্য সামগ্ৰী পোনপতিয়াকৈ পঠাব পাৰে

📍Bahubali Precast
AIDC Industrial Estate Rajbari, Bihpuria

নোট: ২৫ জুলাই/ শনিবাৰ নিশা ৮ বজালৈ সামগ্ৰী সমূহ দিব পাৰিব। বেছি পৰিমাণৰ হ'লে ফোন কৰিব আমি গাড়ী পঠাই দিম

✅ কি পঠাব পাৰিব-
- খাদ্য সামগ্ৰী (Dry বা Instant food হ'লে ভাল)
- শিশুৰ খাদ্য
- পানীৰ বটল
- আঠুৱা
- বিচনা চাদৰ
- পিন্ধা কাপোৰ (টি ছাৰ্ট, পেণ্ট, চাদৰ মেখেলা আদি)

✅পুৰণি ব্যৱহৃত কাপোৰ ভাল অৱস্থাত থকা হলে ধুই পাৰিলে ইস্ত্ৰি কৰি দিব, যাতে আমি দিবলৈ দ্বিধাবোধ কৰিব লগ নহয়

🛻আমাৰ ২ খন গাড়ী যাব, প্ৰথম শিৱসাগৰ জিলালৈ; গতিকে আমি আৰু প্ৰায় ৮০০ কিলোগ্ৰাম সামগ্ৰী নিয়াৰ কেপাচিটি আছে ।

🟢আমাৰ ভলণ্টিয়াৰ সকলে চেষ্টা কৰিব যাতে আপোনাৰ অনুদান/ সহযোগ সঁচাই বানপীড়িত ৰাইজৰ হাতত পৰে 🙏

যোগাযোগ
9090212189 শিৱম
9719719050 মানস
9719719060 চিন্ময়

বাহুবলী প্ৰিকাষ্টৰ ৱাল অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে এক নিখুঁত সমাধান।আমাৰ "প্ৰি-ষ্ট্ৰেছড প্ৰিকাষ্ট...
16/07/2026

বাহুবলী প্ৰিকাষ্টৰ ৱাল অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে এক নিখুঁত সমাধান।

আমাৰ "প্ৰি-ষ্ট্ৰেছড প্ৰিকাষ্ট" কংক্ৰিট প্ৰযুক্তিৰে নিৰ্মিত এই ৱালসমূহ শক্তিশালী, দীৰ্ঘস্থায়ী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বতৰৰ উপযোগী। কম সময়ত স্থাপন কৰিব পাৰি, কম ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয় আৰু বছৰ বছৰ ধৰি নিৰ্ভৰযোগ্য ।

প্ৰিকাষ্ট কংক্ৰিট ৱাল মানে হৈছে আধুনিক নিৰ্মাণ পদ্ধতিৰ এটা উন্নত বিকল্প।

প্ৰি-ষ্ট্ৰেছড প্ৰিকাষ্ট কংক্ৰিট ব্যৱহাৰ কৰি বনোৱা ৱালসমূহ কাৰখানাত নিয়ন্ত্ৰিত পৰিৱেশত তৈয়াৰ কৰা হয়, যাৰ ফলত গুণগত মান অধিক স্থিৰ আৰু বিশ্বাসযোগ্য হয়। এই ধৰণৰ ৱাল স্থাপন কৰাটো সহজ আৰু দ্ৰুত, যাৰ বাবে সময় আৰু খৰচ দুয়োটা সঞ্চয় হয়।

ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ সুবিধা হৈছে দীৰ্ঘস্থায়ী। বতৰৰ প্ৰভাৱ, বৰষুণ বা আৰ্দ্ৰতাৰ দৰে পৰিস্থিতিতো এই ৱালসমূহে নিজৰ শক্তি আৰু গঠন বজাই ৰাখে। লগতে, ৰক্ষণাবেক্ষণৰ প্ৰয়োজনো তুলনামূলকভাৱে কম।

যোগাযোগ - 9090 2121 89, 9719719050

General Manager, DICC North Lakhimpur inspected our factory on 30 June,26 📌 Industrial Estate Rajbari Bihpuria, Lakhimpu...
02/07/2026

General Manager, DICC North Lakhimpur inspected our factory on 30 June,26

📌 Industrial Estate Rajbari
Bihpuria, Lakhimpur


District Industries & Commerce Centre, Lakhimpur
Assam Industrial Infrastructure Development Corporation
Bimal Borah Himanta Biswa Sarma

আজি আমাৰ প্ৰডাক্ট কনকৃত পাৰ্ক বেঞ্চ গুৱাহাটীৰ আমিনগাঁও স্থিত Assam Tourism ৰ নৱনিৰ্মিত গেষ্ট হাউচত ইনষ্টল কৰা হয় | উল্ল...
27/06/2026

আজি আমাৰ প্ৰডাক্ট কনকৃত পাৰ্ক বেঞ্চ গুৱাহাটীৰ আমিনগাঁও স্থিত Assam Tourism ৰ নৱনিৰ্মিত গেষ্ট হাউচত ইনষ্টল কৰা হয় | উল্লেখ্য যে এই ফেচিলিটীতে জাপানীজ ভাষা শিক্ষা আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ট্ৰেইনিং হোৱাৰ কথা আছে

উত্তৰ পূৰ্বাঞ্চলত ২৫০০- ২৮০০ মিলিমিটাৰ বছেৰেকীয়া বৰষুণত লোহাৰ আৰু প্লাষ্টিক ফাইবাৰেৰে বনোৱা আউটডৰ ফাৰ্নিচাৰ বেছিদিন লাষ্টিং নকৰে

আনহাতে আমাৰ প্ৰিকাষ্ট কণকৃতেৰে নিৰ্মাণ কৰা এই বিলাক
অল ৱেডাৰ, ৰ'দ বৰষুণত যুগ যুগ ধৰি একেই থাকিব

Advantage Assam 2.0 নোহোৱা হ'লে আমি লক্ষিমপুৰ জিলাৰ এচুকত থকা ক্ষুদ্ৰ উদ্যোগ ইয়াৰ পৰা গুৱাহাটীমুখী হোৱা ইমান সহজ নাছিল

এই এক্সপোজৰ ৰ বাবে ধন্যবাদ
Himanta Biswa Sarma
CMO Assam

Trade enquiry
☎️ 971 971 9050
☎️ 971 971 9060

🪑 Precast Concrete Park Bench Delivered to Amingaon, Guwahati!Another successful delivery by Bahubali Precast. Our premi...
25/06/2026

🪑 Precast Concrete Park Bench Delivered to Amingaon, Guwahati!

Another successful delivery by Bahubali Precast. Our premium precast concrete park benches are built for strength, durability, and long-lasting outdoor use. They are ideal for parks, schools, gardens, resorts, campuses, public spaces, and commercial projects.

✅ Heavy-duty construction
✅ Weather-resistant & low maintenance
✅ Long service life
✅ Suitable for all outdoor environments

If you're looking for durable outdoor seating solutions in Assam or anywhere in the North East, get in touch with us.
📞 Contact: 9719719050 | 9719719060

17/06/2026

Presenting the Precast Concrete Park Bench by Bahubali Precast — strong, durable, and designed for outdoor spaces. Built to withstand North East weather while adding comfort and style to parks, gardens, and public areas.

Address

AIIDC Industrial Estate, Rajbari
Bihpuriagaon
784161

Opening Hours

Monday 7am - 7:30pm
Tuesday 7:30am - 7:30pm
Wednesday 7:30am - 7:30pm
Thursday 7:30am - 7:30pm
Friday 7:30am - 7:30pm
Saturday 7:30am - 7:30pm
Sunday 7:30am - 7:30pm

Telephone

+919854282580

Alerts

Be the first to know and let us send you an email when Bahubali Precast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bahubali Precast:

Shortcuts

Share