Chariali Electrical Sub Division, APDCL,Biswanath

Chariali Electrical Sub Division, APDCL,Biswanath Assam Power Distribution Company Limited

08/05/2026
28/04/2026

ৰাজহুৱা সতৰ্কবাণী

সাম্প্ৰতিক সময়‌ত ধুমুহা‌ আৰু বৰষুণৰ ফলত বিভিন্ন অঞ্চলত বিদ্যুত পৰিবাহী তাঁৰ চিঙি মাটিত পৰি থকাৰ সম্ভাৱনা থাকে। জনসাধাৰণক বিনম্ৰভাৱে অনুৰোধ কৰো যে,আপোনালোকে ভূল:বশত কোনো চিঙি অথবা ওলমি থকা তাঁৰ স্পৰ্শ নকৰে‌‌ যেন।এই তাঁৰবোৰত যিকোনো সময়ত বিদ্যুত প্ৰবাহিত হ'ব পাৰে,যাৰ ফলত অনাকাংক্ষিত দুৰ্ঘটনা ঘটিব পাৰে। অনুগ্ৰহ কৰি‌ আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলক,বিশেষকৈ শিশু আৰু পশুধনক এনে বিপদজনক স্থানৰ পৰা আতঁৰত ৰাখক। যদি ক'ৰবাত চিঙি থকা বিদ্যুত পৰিবাহী তাঁৰ দেখা পাই,অনতিপলমে নিকটৱৰ্তী বিদ্যুত বিভাগৰ কাৰ্যালয়ত অৱগত কৰক অথবা আমাৰ APDCL ৰ ২৪ × ৭ হেল্পলাইন নম্বৰ ১৯১২ ত যোগাযোগ কৰক।

এই জৰুৰীকালীন সময়ত আপোনালোকৰ অলপ সাৱধানতাই এটা ডাঙৰ দুৰ্ঘটনা ৰোধ কৰিব পাৰে।
ধন্যবাদ।

26/02/2026
আজি ইংৰাজী ২৫ ছেপ্তেমবৰ তাৰিখে বিয়লি ৪-৩০ বজাত ১৭ ছেপ্তেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজাৰ উপলক্ষে হোৱা চিত্ৰাংকন প্ৰতিযোগিতা...
25/09/2025

আজি ইংৰাজী ২৫ ছেপ্তেমবৰ তাৰিখে বিয়লি ৪-৩০ বজাত ১৭ ছেপ্তেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজাৰ উপলক্ষে হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত সকলক বটা সমূহ বিতৰণ কৰা হব। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হল
স্থান: চাৰিআলি বিদ্যুৎ উপ সংমণ্ডল

🌸 On the Occasion of Sri Sri Bishwakarma Puja 🌸An Art Competition will be organized atChariali Electrical Sub-Division.✨...
12/09/2025

🌸 On the Occasion of Sri Sri Bishwakarma Puja 🌸
An Art Competition will be organized at
Chariali Electrical Sub-Division.

✨ All are welcome to participate and celebrate creativity on this auspicious day!

📍 Venue: Chariali Electrical Sub-Division
📅 Date: 17 Septembor2025
🕒 Time: 10-30AM

Our Line man is on his duty to restore power supply at Kumaliya
22/08/2025

Our Line man is on his duty to restore power supply at Kumaliya

Address

Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Chariali Electrical Sub Division, APDCL,Biswanath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chariali Electrical Sub Division, APDCL,Biswanath:

Share