Upper Assam Contractors Association PWD-roads

Upper Assam Contractors Association PWD-roads Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Upper Assam Contractors Association PWD-roads, Contractor, Dibrugarh.

মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ মাতৃৰ বিয়োগত উজনি অসম ঠিকাদাৰ সন্থা(পথ মণ্ডল)ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো লগতে তেখে...
18/02/2024

মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ মাতৃৰ বিয়োগত উজনি অসম ঠিকাদাৰ সন্থা(পথ মণ্ডল)ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো লগতে তেখেতৰ আত্মাৰ সদ্‌গতি কামনা কৰা হৈছে আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।🙏🙏

PWRD Contractor Mr. Ganesh Gogoi have won 5 Nos.Gold Medal at 44th National Masters Athletics Championship at Pune,Mahar...
17/02/2024

PWRD Contractor Mr. Ganesh Gogoi have won 5 Nos.Gold Medal at 44th National Masters Athletics Championship at Pune,Maharashta.

Event organized by Masters Athletics Federation of India (MAFI)

🚩🚩যোৱা ১১/০২/২০২৪(দেওবাৰ) ডিব্ৰুগড়ত উজনি অসম লোক নিৰ্মাণ বিভাগ(পথ মণ্ডল) ঠিকাদাৰ সন্হাৰ সাধাৰণ সভা অনুষ্ঠিত। ডিব্ৰুগড়ত...
13/02/2024

🚩🚩যোৱা ১১/০২/২০২৪(দেওবাৰ) ডিব্ৰুগড়ত উজনি অসম লোক নিৰ্মাণ বিভাগ(পথ মণ্ডল) ঠিকাদাৰ সন্হাৰ সাধাৰণ সভা অনুষ্ঠিত। ডিব্ৰুগড়ত গড় কপ্তানী বিভাগৰ সভাকক্ষত
অনুষ্ঠিত হোৱা সাধাৰণ সভাত উজনি অসম লোক নিৰ্মাণ বিভাগ(পথ মণ্ডল) ঠিকাদাৰ সন্হাৰ নতুন সমিতি গঠন কৰা হয়। প্ৰবীণ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উজনি অসমৰ আটাইকেইখন জিলাৰ প্ৰতিনিধি সকলৰ উপস্থিতিত আগন্তুক সময়ৰ বাবে নতুন সমিতি খন গঠন কৰা হয়।সভাত নোমল শইকীয়াক সভাপতি আৰু কুশল হাজৰিকাক মুখ্য সম্পাদকৰ লগতে কুশল কোঁৱৰ আৰু বিজু হাজৰিকা উপ-সভাপতি,ৰঞ্জন দত্ত আৰু ৰাজু বৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ ২১ জনীয়া পূৰ্ণাংগ কমিটী খন গঠন কৰা হয়। আনহাতে সাধাৰণ সভাতে মুখ্য উপদেষ্টা হিচাপে সৰ্ব সন্মতি ক্ৰমে বিকাশ চন্দ্ৰ পাংগিং ক আৰু প্ৰবীণ দত্ত আৰু প্ৰদীপ অধ্যাপক ক উপদেষ্টা হিচাপে নিৰ্বাচিত কৰা হয়। সভাতেই উপস্থিত থাকি অধীক্ষক অভিযন্তা বিকাশ পাংগিং য়ে পৰামৰ্শ মূলক বক্তব্য প্ৰদান কৰা লগতে সভাত ঠিকাদাৰ সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা, অসুবিধা বিষয়ে আলোচনা কৰা লগতে সামাজিক দায়বদ্ধতাৰ শিতানৰ জৰিয়তে কৰিব লগা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰে।

প্ৰস্তাৱিত নৱ নিৰ্বাচিত কমিটি:-

*Chief Advisor-* 1)Bikash Ch. Panging

*Advisor-* 1)Pradip Adhyapak
2)Probin Dutta

*President-* Numal Saikia

*Vice President-* 1)Kushal Konwar
2)Biju Hazarika

*General Secretary-* Kushal Hazarika

*Secretary-* 1)Ranjan Dutta
2)Raju Baruah

*Treasurer-* Santosh Garodia

*Legal Cell-* 1)Partha Pratim Sharma
2)Madhurjya Nath

*Media Cell-* 1)Raj Sekhar Hazarika
2)Mridupawan Dowarah
3)Khirud Kr. Neog

*Management Committee-*
1)Manash Dehingia
2)Chitra Ranjan Gogoi
3)Shyamal Gogoi
4)Pranab Saikia
5)Raj Sekhar Hazarika

*Core Committee-* 1)Bikash Ch. Panging
2)Rajib Borah
3)Abhijit Patwary
4)Bijoy Sharma
5) Nikhilesh Gogoi
6)Numal Saikia(President)
7) Kushal Hazarika(General Secretary)
8) Kushal Konwar

12/02/2024

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Upper Assam Contractors Association PWD-roads posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category