Borluit Construction

Call Directions Contact the business

Borluit Construction Welcome to BORLUIT CONSTRUCTION, We are here to help you build your dream house.

22/10/2026

ONGOING PROJECT UPDATE | BORLUIT CONSTRUCTION

Proudly building your dream home with quality, strength, and trust!

📍 Project Location: Namti, Sivasagar
Project Type: 3BHK RCC Ground Floor House

From a strong foundation to a beautiful home, we are committed to delivering quality construction with expert supervision and reliable service.

Planning to build your dream home? Contact BORLUIT CONSTRUCTION today and let’s turn your dream into reality!

📍 Office: Tarazan, Jorhat
📞 7002760846 | 9101370326

BORLUIT CONSTRUCTION — Your Dream Home, Our Responsibility. ❤️

কাতি বিহুৰ আন্তৰিক শুভেচ্ছা 🌾পবিত্ৰ কাতি বিহুৰ এই শুভক্ষণত সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আ...
18/10/2026

কাতি বিহুৰ আন্তৰিক শুভেচ্ছা 🌾

পবিত্ৰ কাতি বিহুৰ এই শুভক্ষণত সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। তুলসীৰ তলৰ চাকিগছিৰ পোহৰে সকলোৰে জীৱন আলোকিত কৰক আৰু পথাৰ সোণালী শস্যৰে ভৰি পৰক।

সকলোলৈকে কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা আৰু মৰম যাচিলোঁ। 🪔🌿

17/10/2026

নিজৰ সপোনৰ ঘৰ খন সুন্দৰকৈ সাজি তুলিবলৈ সকলোৰে মন। আৰু আমি BORLUIT CONSTRUCTION এ আপোনাৰ সপোনৰ ঘৰ খন সাজি তোলাত প্ৰতিটো ক্ষেত্ৰত সহায় আগবঢ়াও।

আপোনাৰ ঘৰ খন সাজিবলৈ যোৱা আগত হয়তো বহুতো প্ৰশ্ন মনলৈ আহে।

▪️কেনেকৈ আৰম্ভ কৰিম, কেনেকৈ কি
নথি পত্ৰ লাগিব, ডিজাইন কি
হ'ব , বাজেট কি হ'ব, ঘৰখন বাবে
যদি কোনো চৰকাৰী কাৰ্য্যালয়ৰ
অনুমতি ল'ব লাগে তেন্তে কেনেকৈ
ল'ব লাগিব ?

▪️ ঘৰ খন সাজোঁতে কোন দিশে কোন
কোনটো কোঠালি দিলে ভাল হয় |

▪️ঘৰ খন বাবে কেনে ধৰণৰ বস্তু
ব্যৱহাৰ কৰিলে ভাল হয় সেই
সকলো বস্তু ক'ত সুলভ মূলত পোৱা
যাব।

আপোনাৰ সেই সকলো প্ৰশ্নৰ সমাধান কৰিবলৈ আমি BORLUIT CONSTRUCTION আপোনাৰ কাষত আছোঁ।
আজিয়েই আমাৰ লগত যোগাযোগ কৰক আৰু সপোনৰ ঘৰখন সুন্দৰকৈ সাজি তোলক অতি সহজে।

"আপোনাৰ সপোন আমাৰ দায়িত্ব"

আমাৰ যোগেদি লাভ কৰিব
● সম্পূৰ্ণ ঘৰৰ plan আৰু design
● সম্পূৰ্ণ ঘৰৰ construction
● ঘৰৰ নিৰ্মাণ ৰ বাবে permission
● INTERIOR DESIGN
● COST ESTIMATION
● অতি সহজে লাভ কৰিব HOME
LOAN ৰ সুবিধা

☎️ Contact Us: 9101370326
7002760846


office : Jorhat, Tarajan ,ASSAM

Our Service are available in all parts of assam.

16/10/2026

বৰলুইট কনষ্ট্ৰাকচনৰ আন এক সফল পদক্ষেপ।
আমাৰ বাবে প্ৰতিটো নিৰ্মাণকাৰ্য কেৱল ইটা, বালি, চিমেণ্ট আৰু ৰঙৰ সমষ্টি নহয়; ই হৈছে কাৰোবাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক দায়িত্বশীল প্ৰচেষ্টা।
সেই দায়িত্ববোধ আৰু নিষ্ঠাৰে Borluit Construction-এ নিৰ্মাণ কৰি সম্পূৰ্ণ ফিনিশ্বিঙৰ সৈতে কালি যোৰহাট ১ নং সোণাৰী গাঁৱত হস্তান্তৰ কৰিলে এটি সুন্দৰ Dance Studio — “চন্দ্ৰকলা (An Institute of Art and Culture)”।
চন্দ্ৰকলা যোৰহাটৰ এটি জনপ্ৰিয় নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ।এই নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ কেৱল নাচ শিকাৰ স্থানেই নহয়; ই হৈছে প্ৰতিভা বিকাশৰ, সৃষ্টিশীলতাক প্ৰকাশ কৰাৰ আৰু নতুন নতুন শিল্পীক নিজৰ সপোনৰ দিশে আগুৱাই নিয়াৰ এখন মঞ্চ। এই সুন্দৰ যাত্ৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ অংশীদাৰ হ’বলৈ পাই আমি আনন্দিত আৰু গৌৰৱান্বিত।
প্ৰতিটো কোণ, প্ৰতিটো ডিজাইন আৰু প্ৰতিটো ফিনিশ্বিঙত সৰ্বোত্তম মানদণ্ড বজাই ৰখাৰ প্ৰয়াসেৰে আমি কাম সম্পূৰ্ণ কৰিছোঁ। আমাৰ লক্ষ্য কেৱল নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা নহয়, বৰঞ্চ গ্ৰাহকৰ বিশ্বাস আৰু সন্তুষ্টি অৰ্জন কৰাও।
চন্দ্ৰকলাৰ এই নতুন যাত্ৰাই অসমৰ কলা-সংস্কৃতিৰ জগতখনলৈ নতুন প্ৰতিভা, নতুন সম্ভাৱনা আৰু নতুন সৃষ্টিৰ বতৰা কঢ়িয়াই আনক — তাৰেই কামনাৰে।
আমাৰ ওপৰত বিশ্বাস ৰাখি এই দায়িত্ব অৰ্পণ কৰাৰ বাবে পিংকু প্ৰিয়ম বৰদলৈ দাদা আৰু তেওঁৰ চন্দ্ৰকলা পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Borluit Construction
আপোনাৰ সপোন, আমাৰ নিৰ্মাণ।

📞 7002760846 || 9101370326

বৰলুইট কনষ্ট্ৰাকচনৰ আন এক সফল পদক্ষেপ। আমাৰ বাবে প্ৰতিটো নিৰ্মাণকাৰ্য কেৱল ইটা, বালি, চিমেণ্ট আৰু ৰঙৰ সমষ্টি নহয়; ই হৈছ...
16/10/2026

বৰলুইট কনষ্ট্ৰাকচনৰ আন এক সফল পদক্ষেপ।
আমাৰ বাবে প্ৰতিটো নিৰ্মাণকাৰ্য কেৱল ইটা, বালি, চিমেণ্ট আৰু ৰঙৰ সমষ্টি নহয়; ই হৈছে কাৰোবাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক দায়িত্বশীল প্ৰচেষ্টা।
সেই দায়িত্ববোধ আৰু নিষ্ঠাৰে Borluit Construction-এ নিৰ্মাণ কৰি সম্পূৰ্ণ ফিনিশ্বিঙৰ সৈতে কালি যোৰহাট ১ নং সোণাৰী গাঁৱত হস্তান্তৰ কৰিলে এটি সুন্দৰ Dance Studio — “চন্দ্ৰকলা (An Institute of Art and Culture)”।
চন্দ্ৰকলা যোৰহাটৰ এটি জনপ্ৰিয় নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ।এই নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ কেৱল নাচ শিকাৰ স্থানেই নহয়; ই হৈছে প্ৰতিভা বিকাশৰ, সৃষ্টিশীলতাক প্ৰকাশ কৰাৰ আৰু নতুন নতুন শিল্পীক নিজৰ সপোনৰ দিশে আগুৱাই নিয়াৰ এখন মঞ্চ। এই সুন্দৰ যাত্ৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ অংশীদাৰ হ’বলৈ পাই আমি আনন্দিত আৰু গৌৰৱান্বিত।
প্ৰতিটো কোণ, প্ৰতিটো ডিজাইন আৰু প্ৰতিটো ফিনিশ্বিঙত সৰ্বোত্তম মানদণ্ড বজাই ৰখাৰ প্ৰয়াসেৰে আমি কাম সম্পূৰ্ণ কৰিছোঁ। আমাৰ লক্ষ্য কেৱল নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা নহয়, বৰঞ্চ গ্ৰাহকৰ বিশ্বাস আৰু সন্তুষ্টি অৰ্জন কৰাও।
চন্দ্ৰকলাৰ এই নতুন যাত্ৰাই অসমৰ কলা-সংস্কৃতিৰ জগতখনলৈ নতুন প্ৰতিভা, নতুন সম্ভাৱনা আৰু নতুন সৃষ্টিৰ বতৰা কঢ়িয়াই আনক — তাৰেই কামনাৰে।
আমাৰ ওপৰত বিশ্বাস ৰাখি এই দায়িত্ব অৰ্পণ কৰাৰ বাবে পিংকু প্ৰিয়ম বৰদলৈ দাদা আৰু তেওঁৰ চন্দ্ৰকলা পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Borluit Construction
আপোনাৰ সপোন, আমাৰ নিৰ্মাণ।

ANOTHER PROJECT NEARING COMPLETION! ✨Our Assam Type 3BHK House Project at Ganakpukhuri, Golaghat has now reached approxi...
16/10/2026

ANOTHER PROJECT NEARING COMPLETION! ✨

Our Assam Type 3BHK House Project at Ganakpukhuri, Golaghat has now reached approximately 90% completion.

From the initial planning and structural work to the finishing stages, every detail has been executed with quality, precision, and attention to detail.

The major construction work is now complete, with only the exterior wall painting remaining before we move towards the final handover.

At BORLUIT CONSTRUCTION, we don’t just build houses — we build homes with quality workmanship, trusted ex*****on, and lasting value.

📍 Location: Ganakpukhuri, Golaghat, Assam
Project: Assam Type 3BHK House
Progress: 90% Completed

📞 Planning to build your dream home?
Book your project with BORLUIT CONSTRUCTION today!
📲 7002760846 | 9101370326

Your Dream Home,Our Responsibility.
আপোনাৰ সপোনৰ ঘৰ — আমাৰ প্ৰতিশ্ৰুতি

Ongoing Project | Jorhat, AtilagaonToday’s 3rd Slab Casting — another milestone achieved with BORLUIT CONSTRUCTION! 📞 70...
14/10/2026

Ongoing Project | Jorhat, Atilagaon

Today’s 3rd Slab Casting — another milestone achieved with BORLUIT CONSTRUCTION!

📞 7002760846 | 9101370326

UPCOMING DUPLEX PROJECT | JHANJIA beautiful modern home is coming soon! Building dreams with quality and trust. 📍 Locati...
09/10/2026

UPCOMING DUPLEX PROJECT | JHANJI

A beautiful modern home is coming soon! Building dreams with quality and trust.

📍 Location: Jhanji, Assam

ONGOING 3BHK RCC GROUND FLOOR PROJECT Building dreams, one strong foundation at a time! ✨Our 3BHK Ground Floor RCC Proje...
09/10/2026

ONGOING 3BHK RCC GROUND FLOOR PROJECT

Building dreams, one strong foundation at a time! ✨
Our 3BHK Ground Floor RCC Project at Namti, Sivsagor is progressing with a focus on quality construction, proper planning, and durable workmanship.

✅ Quality Materials
✅ Strong RCC Structure
✅ Professional Supervision
✅ Practical & Modern Planning
✅ Built with Care & Precision

Your Dream Home, Our Responsibility.

📍 Project Location: Namti,Sivsagor
📞 For New Projects & Booking: 7002760846 / 9101370326

👉 Planning to build your dream home? Contact BORLUIT CONSTRUCTION today!

Address

Rd, Purana Gayan Gaon, Sonali Jayanti Nagar, Tarajan
Jorhat
785001

Telephone

+919101370327

Website

Alerts

Be the first to know and let us send you an email when Borluit Construction posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Borluit Construction:

Shortcuts

Share