15/10/2025
আমাৰ অসমৰ পৰা ছিংগাপুৰলৈ যোৱা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সাগৰত গা ধুই থাকোঁতে কেনেকৈ মৃত্যুক আকোঁৱালি লব লগা হ'ল । ছিংগাপুৰ চৰকাৰৰ পৰা আমাক সম্পূৰ্ণ সহযোগ লাগে। জুবিন গাৰ্গক হেৰুৱাই আজি অসমীয়াই কান্দি আছে। আপুনি অসমবাসীক ন্যায় দিবলৈ সহায় কৰক 🙏।